মেঘালয়ত জাৰি নতুন SOP! মেঘালয়ত প্ৰৱেশ কৰিবলৈ হ'লে মানিব লাগিব এই সমূহ নিয়ম..

Assam Meghalaya

মেঘালয়ত জাৰি নতুন SOP!

মেঘালয়ত প্ৰৱেশ কৰিবলৈ হ'লে লাগিব RTPCR

দেশত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন মেঘালয় চৰকাৰ

৭২ ঘণ্টাৰ ভিতৰত  পৰীক্ষা কৰা ৰিপৰ্ট দেখুৱাব লাগিব প্ৰবেশ পথত

মেঘালয়ত যুগ্ন অযুগ্ম পদ্ধতি মানিহে প্ৰৱেশ কৰিব পাৰিব 

জনসমাগম হ'ব পৰা সামাজিক ৰাজনৈতিক অনুষ্ঠান নিষিদ্ধ

শেষকৃত্য অনুষ্ঠানত ৫০ জনক অনুমতি

বিবাহ অনুষ্ঠানত ৫০% লোকৰ অনুমতি

মুকলি স্থানত অনুষ্ঠিত বিবাহত সৰ্বাধিক ১০০ জন লোকক অনুমতি

Category
Profile picture for user UB Photos