মেঘালয়ত হঠাৎ ৰাজনৈতিক পট পৰিৱৰ্তন

মেঘালয়ত হঠাৎ ৰাজনৈতিক পট পৰিৱৰ্তন

মেঘালয়ত হঠাৎ ৰাজনৈতিক পট পৰিৱৰ্তন।

মেঘালয় কংগ্ৰেছত বৃহৎ খহনীয়া। TMCত যোগদান কৰিলে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই। মুকুল চাংমাইসহ মুঠ ১২জন বিধায়কে যোগদান কৰিলে TMCত। ১৭জনীয়া বিধায়কৰ ১২গৰাকীয়ে যোগদান কৰিলে TMCত।

বুধবাৰে নিশা বিধানসভাৰ অধ্যক্ষলৈ মুকুল চাংমাই প্ৰেৰণ কৰিছিল পত্ৰ। পত্ৰৰ জৰিয়তে অধ্যক্ষক জনাইছিল দল পৰিৱৰ্তনৰ সবিশেষ তথ্য। এতিয়াৰে পৰা মেঘালয়ৰ প্ৰধান বিৰোধী দল TMC।

Category
Profile picture for user UB Photos