
দীঘলী পুখুৰীৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। চলন্ত বাহনে মহটিয়াই নিলে ৰাস্তাৰ সমীপত ৰখাই থোৱা কেইবাখনো বাহন।
বুধবাৰে, বিয়লি দীঘলীপুখুৰীৰ পাৰত ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে-AS01JC1718। আনহাতে, চলন্ত বাহনখনে মহটিয়াই লৈ যোৱা মটৰচাইকেলকেইখনৰ নম্বৰ হৈছে-AS01BR6437, AS01BZ8509, AS01BS2884।
এই ঘটনাৰ ফলত কোনো লোক আহত হোৱা নাই যদিও ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে গাড়ী খনৰ চালকে। ইতিমধ্যে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Category
- Log in to post comments