আজি অসম গণ পৰিষদৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

আজি অসম গণ পৰিষদৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

আজি অসম গণ পৰিষদৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱস উপলক্ষে শিৱসাগৰৰ ডিমৌত অনুষ্ঠিত হৈছে বৰ্ণাঢ্য আয়োজন।

ডিমৌৰ ৰাজহুৱা খেলপথাৰত আয়োজন প্ৰতিষ্ঠা দিৱস।

প্ৰতিষ্ঠা দিৱসত উপস্থিত কেবিনেট মন্ত্ৰী অতুল বৰাৰ লগতে বহু গণ্য-মান্য ব্যক্তি

Category
Profile picture for user UB Photos