গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ'ল ৰাজকন্যা বৰুৱা!

Rajkanya baruah

ৰাজকন্যাক বৰুৱাক ন্যায়িক জিন্মালৈ প্ৰেৰণ।

কাৰাগাৰত অন্য অপৰাধীৰ দৰেই থাকিব লাগিব ৰাজকন্যা বৰুৱা।

১৪ দিনৰ বাবে কাৰাগাৰত থাকিব লাগিব বিতৰ্কিত মডেল গৰাকী।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হল ৰাজকন্যা বৰুৱা।

সাধাৰণ কয়দীৰ কাৰাগাৰত ৰাখিব লাগিব ৰাজকন্যাক।

ৰাজকন্যাক কাৰাগাৰত ভিআইপি আতিথ্য নিদিবলৈ নিৰ্দেশ।

চিজেএম আদালতৰ এই নিৰ্দেশ।

Category
Profile picture for user UB Photos