তালিবানৰ পঞ্জশিৰ দখলৰ দাবী মিছা বুলি নেশ্যনেল ৰেজিষ্টেন্সে আখ্যা দিছে যদিও পঞ্জশিৰ দখলৰ দাবী কৰিছে তালিবানে।
তাৰ লগে লগে আফগানিস্তানত শীঘ্ৰেই চৰকাৰ গঠনৰ প্ৰস্তুতি চলাইছে তালিবানে৷ চৰকাৰ গঠন অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব পাকিস্তান, চীন, ৰাছিয়া, কাটাৰ, তুৰস্ক, ইৰাণক৷ কিন্তু নাম নাই ভাৰতৰ ৷
চিন্তনীয় বিষয়টো হ’ল, আফগানিস্তানৰ সন্ত্ৰাস যিকোনো সময়তে কাশ্মীৰলৈ বিয়পিব পাৰে বুলি ৰাছিয়াই সতৰ্ক কৰি দিছে ভাৰতক ৷
Category
- Log in to post comments