কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনা

কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনা

#news_time_assam
#ub24x7 #ASSAM #KAZIRANGA 

ভিড টেষ্ট কৰিবলৈ অহা ৰোগীৰ বাহনত বাগৰি পৰিল প্ৰকাণ্ড গছ। কাজিৰঙাত ঘটিল এই ভয়ংকৰ ঘটনা।

কঁহৰা অসামৰিক চিকিৎসালয়ত সন্মুখত ৰখাই থোৱা অৱস্থাত AS 01 Z 7202 নম্বৰৰ বাহন খনত বাগৰি পৰে গছ জোপা।

 জানিব পৰা মতে, কোনো লোকে আহত হোৱা নাই উক্ত ঘটনাটোত।

Category
Profile picture for user UB Photos