স্থগিত মেট্ৰিক, হাই মাদ্ৰাছা পৰীক্ষা

স্থগিত মেট্ৰিক, হাই মাদ্ৰাছা পৰীক্ষা

#news_time_assam
#ub24x7 #INDIA #ASSAM #COVID #SEBA

ভিড-১৯ পৰিস্থিতিৰ বাবে স্থগিত ৰখা হৈছে মেট্ৰিক, হাই মাদ্ৰাছা পৰীক্ষা। সেই অনুসৰি, অহা ১১মেৰ পৰা অনুষ্ঠিত নহয় এই পৰীক্ষা।

   সমগ্ৰ ৰাজ্যজুৰি কভিডে ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে স্বাস্থ্য বিভাগৰ লগত আলোচনাৰ মাধ্যমৰে এই সিদ্ধান্ত লোৱা হৈছে। তদুপৰি, ভিড-১৯ৰ সংক্ৰমণ ৰোধ হোৱাৰ পাছতহে ছেবাই পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব।

    ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সুৰক্ষা তথা নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবা কৰ্তৃপক্ষই।

 

Category
Profile picture for user UB Photos