ওদালগুৰিৰ ভেৰগাঁৱৰ বিস্তৃত অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷একে নিশাই সাতটা পৰিয়ালৰ বাসগৃহৰ  বিধস্ত ,গৃহহাৰা এটা পৰিয়াল