ৰাজ্য বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ থকা সময়তে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল কৰিছে গৃহ বিভাগে৷