
অখিল-বিতুৰ স্বাস্থ্য সম্পৰ্কে অৱগত কৰা নাই কাৰগাৰ কতৃপক্ষয়ে। ধৈৰ্য্য কোঁৱৰো জ্বৰত আক্ৰান্ত, উন্নত চিকিৎসাৰ বাবে আজি কৰিব আবেদন।
অখিল গগৈৰ স্বাস্থ্য সম্পৰ্কীয় কোনো প্ৰতিবেদন বৰ্তমানলৈ কাৰাগাৰ কতৃপক্ষয়ে আদালতলৈ প্ৰেৰণ কৰা নাই। উল্লেখ্য যে আখিল গগৈ আৰু বিতু সনোৱালৰ সুচিকিৎসা বিচাৰি কালি পৰিয়ালৰ তৰফৰ পৰা আদালতত আবেদন কৰা হৈছিল। আনহাতে আজি ধৰ্য্য কোৱৰেও জ্বৰ আৰু মুৰৰ বিষত ভুগি আছে বাবে আজি তেওঁলোকৰ অধিবক্তাই এখন আবেদন দিয়ে। মঙ্গলবাৰে প্ৰায় তিনি ঘণ্টা সময় NIA আদালতত ধৈৰ্য্য কোঁৱৰ আৰু বিতু সনোৱালৰ জামিনৰ শুনানি চলে। আনহাতে ধৈৰ্য্য কোঁৱৰৰ জামিনৰ ৰায়ৰ বাবে ১৩জুলাইৰ দিনটো আদালতে ধাৰ্য্য কৰিছে।
- Log in to post comments