
কৰ'ণা ভাইৰাছে সংহাৰী ৰুপ লোৱা দিল্লীত এইবাৰ একাংশ কাণ্ডজ্ঞান হীন লোকে সৃষ্টি কৰিছে আন এক আতংকৰ ।
কৰ'ণা আক্রান্তৰ সংখ্যা হোৰে হোৰে বৃদ্ধি পাই থকাৰ মাজতে লকডাউনৰ শিথিলতাৰ সুযোগ লৈ ৰাজপথত সৃষ্টি কৰিছে তীব্ৰ যানজঁটৰ। দেশৰ ৰাজধানী ক্ষেত্ৰখনৰ আউটাৰ ৰিং ৰোডত যোৱা এসপ্তাহে পুৱাৰে পৰা সন্ধিয়া লৈকে অব্যাহত থকা ভয়ংকৰ যানজঁটে চিন্তিত কৰি তুলিছে প্ৰশাসনক।
পুনৰ লকডাউনৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে ৰাজধানী দিল্লীত।
- Log in to post comments