২৪ বছৰ পূৰ্বে ২০০২ চনৰ আজিৰ দিনটোতেই বিবাহ পাশত অৱদ্ধ হৈছিল জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গ।

Zubeen Garg

২৪ বছৰ পূৰ্বে ২০০২ চনৰ আজিৰ দিনটোতেই বিবাহ পাশত অৱদ্ধ হৈছিল জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গ।

কিন্তু জীৱনৰ আদবাটতে পত্নীক এৰি কোনোদিন ঘূৰি নহাৰ বাটেৰে গুচি গ’ল প্ৰাণৰ শিল্পীগৰাকী। 

স্বামী বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত জুবিনক সুৱঁৰি গৰিমা শইকীয়া গাৰ্গে দিলে এক আৱেগিক পোষ্ট।

 সামাজিক মাধ্যমত দুয়োৰে পুৰণি ফটো শ্বেয়াৰ কৰি লিখিলে পোষ্ট। ...
Happy 24th Anniversary Goldie !!
প্ৰতিটো জনমলৈ.. প্ৰতিটো জন্মান্তৰলৈ..
তোমাৰ মৰমেৰে , আশীৰ্বাদেৰে সদায় আবৰি ৰাখিবা মোক.. মোৰ ঈশ‌্বৰপুত্ৰ ।।

Category