ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো অব্যাহত গৰুচোৰৰ উপদ্ৰৱ । গৰুচোৰৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনীও কটাবলগীয়া হৈছে নগাঁৱৰ বিভিন্ন প্ৰান্তৰ ৰাইজে
গৰু চোৰৰ আতংকত হাহাকাৰ কৃষক-ৰাইজৰ।
বিগত দিনত নগাঁৱৰ গোমোঠা গাঁৱৰ পৰা চুৰি অৰ্ধশতাধিক গৰু। জীৱিকাৰ একমাত্ৰ উৎস গৰু কেইটা চুৰি হোৱাত ক্ষোভিত হৈ পৰিছে কৃষক ৰাইজ। জীৱন-সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰা নগাঁও আৰক্ষী বিৰুদ্ধে ক্ষোভ কৃষক ৰাইজৰ।কৃষি কাৰ্যৰ বাবে গৰুহাল নথকাত বিপাঙত পৰিছে কৃষক ৰাইজ।
Category
- Log in to post comments