
পাৰমাণৱিক ২ শক্তিৰ মাজত তীব্ৰ উত্তেজনা
বিশ্বৰ মানচিত্ৰত সামৰিক শক্তিত চতুৰ্থ স্থানত ভাৰত
সামৰিক শক্তিত পাকিস্তানৰ স্থান দশম স্থানত
পাকিস্তানৰ সক্ৰিয় সেনা প্ৰায় ৬ লাখৰো অধিক
ভাৰতৰ সক্ৰিয় সেনাৰ সংখ্যা ১৪ লাখৰো অধিক
২,২০০ৰো অধিক বায়ুসেনা বিমান আছে ভাৰতৰ
পাকিস্তানৰ বায়ুসেনাৰ মুঠ বিমানৰ সংখ্যা প্ৰায় ১৩০০
ভাৰতৰ যুদ্ধ বিমানৰ সংখ্যা ৫১৩ খন
পাকিস্তানৰ যুদ্ধ বিমানৰ সংখ্যা ৩২৮ খন
ভাৰতৰ হাতত আছে ৮০ খনকৈ যুঁজাৰু হেলিকপ্টাৰ
পাকিস্তানৰ হাতত ৫৭ খন হেলিকপ্টাৰহে
ভাৰতৰ ১৮ চাবমেৰিনৰ বিপৰীতে পাকিস্তানৰ চাবমেৰিন ৮ খন
ভাৰতীয় নৌসেনাৰ হাতত থকা জাহাজৰ সংখ্যা ২৯৩
পাকিস্তানৰ হাতত মাত্ৰ ১২১ খনহে নৌসেনাৰ জাহাজ
ভাৰতৰ বিপৰীতে পাকিস্তানৰ নাই এয়াৰক্ৰাফট্ কেৰিয়াৰ
ৰাফেল, ছুখয়-৩০, তেজছৰ দৰে যুঁজাৰু বিমান ভাৰতৰ হাতত
পাকিস্তানৰ হাতত আছে JF-17, F-16 ফাইটাৰছ
ইয়াৰে ৪ খনকৈ যুঁজাৰু বিমান ইতিমধ্যে ধ্বংস কৰিছে ভাৰতে
ভাৰতৰ ডেৰলাখ সমৰসজ্জিত বাহন
পাকিস্তানৰ ২০ হাজাৰমানহে আছে সমৰসজ্জিত বাহন
পাকিস্তানৰ তুলনাত অধিক শক্তিশালী ভাৰত
সামৰিক শক্তিৰ ফালৰ পৰা ভাৰতৰ বহু পিছপৰি আছে পাকিস্তান
- Log in to post comments