
পাক ভাৰতৰ যুদ্ধৰ বাবে এই পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ
বন্ধ কৰা হৈছে অমৃতসৰ, চণ্ডীগড়, শ্ৰীনগৰ বিমানবন্দৰ
লুধিয়ানা, ভুণ্টাৰ, কিষাণগড়, পাতিয়ালা, চিমলা বিমানবন্দৰো বন্ধ
কাংৰা-গগ্গল, ভাতিণ্ডা, জয়ছালমাৰ, যোধপুৰ, বিকানেল বিমানবন্দৰ বন্ধ
হলোৱাৰা, পাথানকোট, জম্মু, লেহ, মুন্দ্ৰা, জামনগৰ, হীৰাচৰ বিমানবন্দৰো বন্ধ
পোৰবন্দৰ, কেশোৰ, কান্দলা, ভুজ বিমানবন্দৰো বন্ধ কৰি দিয়া হৈছে
আজি পুৱাৰে পৰা স্বাভাৱিকৰূপত দিল্লী বিমানবন্দৰৰ পৰা বিমানসেৱা
দেশৰ অন্যান্য বিমানবন্দৰৰ ক্ষেত্ৰতো বিশেষ নিৰ্দেশনা
৩ ঘণ্টাৰ পূৰ্বে বিমানবন্দৰত চেকিঙৰ বাবে উপস্থিত হ’ব লাগিব সকলো যাত্ৰী
১ ঘণ্টা ১৫ মিনিট পূৰ্বে চেকিং কৰিব লাগিব যাত্ৰীয়ে
দেশৰ সকলো বিমানবন্দৰত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা
- Log in to post comments