
পাকিস্তান সমৰ্থনকাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী
বৰ্তমানলৈ অসমত গ্ৰেপ্তাৰ ৮ পাকিস্তান সমৰ্থনকাৰী
পেহেলগাম কাণ্ডক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য
পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক সমৰ্থন
বৰ্তমানলৈকে ৮ জনকৈ যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ
নগাঁৱত গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
গ্ৰেপ্তাৰ হাইলকান্দিৰ মহম্মদ জাবিৰ হুছেইনক
শিলচৰত গ্ৰেপ্তাৰ এ কে বাহাউদ্দিন, জাভেদ মজুমদাৰক
মৰিগাঁৱত গ্ৰেপ্তাৰ মাজাহাৰ মিঞা ওৰফে মুজিহিৰুল ইছলামক
শিৱসাগৰত গ্ৰেপ্তাৰ চাহিল আলী নামৰ এজনক
বিহালীত গ্ৰেপ্তাৰ অনিল বণিয়া নামৰ এজনক
শ্ৰীভূমিৰ পৰা গ্ৰেপ্তাৰ সাহিল হক নামৰ যুৱকক
- Log in to post comments