
ৰাজ্যৰ বিভিন্ন স্থানত অবৈধ কয়লা খনন
গুৱাহাটী উচ্চ ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি
ন্যায়ালয়ৰ ধমকিত শপতনামা দাখিল ৰাজ্য চৰকাৰৰ
দুবছৰে দাখিল নকৰা শপতনামা এসপ্তাহতে দাখিল
শপতনামাত অবৈধ খননৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ উল্লেখ
ৰেট হোল মাইনিঙক লৈ ৰুজু ১৪টা গোচৰ
১৪ টা গোচৰ একত্ৰিত কৰি শুনানিৰ ব্যৱস্থা উচ্চ ন্যায়ালয়ৰ
উমৰাংছ’ৰ কয়লা খনিৰ ট্ৰেজেডি সন্দৰ্ভত ন্যায়ালয়ৰ নিজাববীয়া গোচৰ
ন্যায়ালয়ৰ নিজাববীয়া গোচৰো কৰা হ’ব একত্ৰিত
ন্যায়ালয়ত অজাপ নেতা জগদীশ ভূঞাৰ নতুন PIL
জগদীশ ভূঞাৰ PILও একত্ৰিত কৰি শুনানি গ্ৰহণৰ ব্যৱস্থা
- Log in to post comments