চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ দুই নেতাৰ বিৰুদ্ধে....

fraud

পানবজাৰ আৰক্ষীৰ জালত দিব্যাংগ মঞ্চৰ সভাপতি, সম্পাদক 

আটক দিব্যাংগ মঞ্চৰ নেতা ছেমিম আহমেদ আৰু নৱজিত বৰ্মন

নিশা গুৱাহাটীৰ বৰাগাওঁৰ পৰা আটক কৰে দুয়োজনকে

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰিছিল ধন

টকা বিছাৰি কৰা কল ৰেকৰ্ডিং ভাইৰেল হৈছিল সামাজিক মাধ্যমত

চাকৰিৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি বাহন ক্ৰয়ৰ অভিযোগ

পানবজাৰ থানাত এজাহাৰ দাখিল কৰিছিল একাংশ ভুক্তভোগীয়ে

Category