আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ....

delhi eelction12

 

১১ বজাপৰ্যন্ত ভোটদানৰ হাৰ ২০ শতাংশ

৭০টা সমষ্টিত ৬৯৯ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ EVM

১ কোটি ৫৬ লাখ ভোটাৰে নিৰ্ধাৰণ কৰিব প্ৰাৰ্থীৰ ভাগ্য

পুৰুষ ভোটাৰৰ সংখ্যা ৮৩.৭৬ লাখ, মহিলা ভোটাৰ ৭২.৩৬ লাখ

,২৬৭ গৰাকী তৃতীয় লিংগৰ ভোটাৰ

১৩ হাজাৰ ৭৬৬টা কেন্দ্ৰত অনুষ্ঠিত ভোটগ্ৰহণ

আপ-কংগ্ৰেছ, বিজেপিৰ ৰাজপাট দখলৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা

৬৮ খন আসনত প্ৰতিদ্বন্দ্বিতা বিজেপিৰ

একোখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা মিত্ৰদল JD(U), LJP

৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব নিৰ্বাচনৰ ভোটগণনা

Category