আজি অসম মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ
মন্ত্ৰীসভাৰ দপ্তৰৰ সাল-সলনিৰো সম্ভাৱনা
চাৰি নতুন মন্ত্ৰীৰ মাজত হ’ব দপ্তৰ বিতৰণ
পূৰ্বৰ কেইবাজনো মন্ত্ৰীৰো সলনি হ’ব দপ্তৰ
কৰ্তন হ’ব পাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ দপ্তৰ
মন্ত্ৰী দাসৰ হাতত আছে খাদ্য আৰু অসামৰিক যোগান বিভাগ 
পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগো আছে মন্ত্ৰী দাসৰ হাতত
কৰ্তন হোৱা বিভাগটো মন্ত্ৰী প্ৰশান্ত ফুকনক দিয়াৰ সম্ভাৱনা 
কেশৱ মহন্তৰ পৰা কৰ্তন হ’ব পাৰে আবকাৰী বিভাগ 
কৰ্তন কৰি নতুন মন্ত্ৰী কৃষ্ণেন্দু পালক দিয়াৰ সম্ভাৱনা
কৌশিক ৰায়ক নতুনকৈ গঠন হোৱা বৰাক উন্নয়ন বিভাগ দিয়াৰ সম্ভাৱনা 
ৰূপেশ গোৱালাক শ্ৰম, চাহ জনজাতি কল্যাণ বিভাগ অৰ্পণ কৰাৰ সম্ভাৱনা 
অশোক সিংঘলৰ পৰা জলসিঞ্চন কৰ্তনৰ সম্ভাৱনা
বন বিভাগ হেৰুৱাব পাৰে চন্দ্ৰ মোহন পাটোৱাৰীয়ে
চন্দ্ৰ মোহন পাটোৱাৰীয়ে পাব পাৰে সংসদীয় পৰিক্ৰমা বিভাগ
তথ্য আৰু জনসংযোগ বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰখাৰ সম্ভাৱনা
বিমল বৰাৰ পৰা কৰ্তন হ’ব উদ্যোগ আৰু বাণিজ্য বিভাগ
- Log in to post comments