UB Photos November 04 / 2024 উত্তৰাখণ্ডত ভয়ংকৰ দুৰ্ঘটনা আলমোৰাত দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ দুৰ্ঘটনাত নিহত বাছখনৰ ২২জন যাত্ৰী সোমবাৰে পুৱা সংঘটিত হৈছিল এই দুৰ্ঘটনা নিহতৰ মাজত আছে কেইবাটাও শিশু বাছখনত অতিৰিক্ত যাত্ৰী কঢ়িয়াই নিয়াৰ অভিযোগ