
OBC প্ৰমাণ পত্ৰ সন্দৰ্ভত মুখ থেকেচা মমতা বেনাৰ্জীৰ
TMCৰ আমোলৰ OBC প্ৰমাণ পত্ৰ বাতিল হ’ব
কলকাতা উচ্চ ন্যায়ালয়ে বাতিল কৰিলে OBC প্ৰমাণ পত্ৰ
বাতিল হ’ব ৫ লাখ OBC প্ৰমাণ পত্ৰ
ইতিমধ্যে ব্যৱহাৰ কৰি সুবিধা লাভ কৰা সকলোকে ৰেহাই
২০১০ৰ পৰা বাতিল হ’ব OBC প্ৰমাণ পত্ৰ
প্ৰমাণ পত্ৰৰ যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিব বিধানসভাই
Category
- Log in to post comments