মণিপুৰত ভয়ংকৰ বিস্ফোৰণ! বিস্ফোৰণত এজন নিহত, দুজন গুৰুতৰভাৱে আহত........

manipur

মণিপুৰত ভয়ংকৰ বিস্ফোৰণ
সদৌ মণিপুৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এই বিস্ফোৰণ
ধনমঞ্জুৰি বিশ্ববিদ্যালয়ৰ প্ৰাংগণত থকা কাৰ্যালয়ত এই ঘটনা
বিস্ফোৰণত এজন নিহত, দুজন গুৰুতৰভাৱে আহত
চিকিৎসালয়ত মৃত্যু ছাত্ৰ ঐনাম কেনেডীৰ
গুৰুতৰভাৱে আহত চালাম মাইকেলসহ আন এজন
ৰাজ মেডিচিটী হাস্পতালত চিকিৎসাধীন আহতদ্বয়
পূৰ্বে অপহৃত ছাত্ৰ সন্থাৰ সভাপতিৰ আজিও নাই সন্ধান
বুধবাৰে দুৰ্বৃত্তই অপহৰণ কৰিছিল কে হৰিদেৱ শৰ্মাক

Category