কংগ্ৰেছত কোনে কৰিছে লবী? ‘কংগ্ৰেছৰ বিধায়িনী দলত দুটা লবী আছে’: কমলাক্ষ দে’ পুৰকায়স্থ........

dey

প্ৰসংগঃ বিধায়ক পদ খাৰিজ
প্ৰতিক্ৰিয়া প্ৰকাশ কমলাক্ষ দে’ পুৰকায়স্থৰ
‘কংগ্ৰেছৰ বিধায়িনী দলত দুটা লবী আছে’
সংখ্যালঘু বিধায়কক লৈ ৰকিবুল হুছেইনে লবী কৰাৰ অভিযোগ
ৰকিবুল হুছেইনৰ লবীত প্ৰায়সংখ্যক সংখ্যালঘু বিধায়ক আছে
নুৰুল হুদা, আলমৰ দৰে বিধায়ক ৰকিবুল হুছেইনৰ লবীত
দেৱব্ৰত শইকীয়ালৈ বেয়াই লাগে : কমলাক্ষ দে’ পুৰকায়স্থ
তেওঁৰ কথা কোনেও নুশুনে : কমলাক্ষ
মই থাকোঁতে অলপ মাত মাতিছিলো, এতিয়া কোনেও নামাতে
বিধায়ক পদ খাৰিজ হ’লে আকৌ নিৰ্বাচন খেলিম

Category