মণিপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, চূড়চন্দ্ৰপুৰ, টেংনৌপাল জিলাত অভিযান.................

manipur

প্ৰসংগঃ ম্যানমাৰৰ আলফা(স্বাঃ)ৰ শিবিৰত আক্ৰমণ
ৰাজ্যৰ যুৱসমাজক সতৰ্ক হ’বলৈ আহ্বান DGPৰ
‘X’ত জি পি সিঙৰ টুইট
অসমীয়াত লিখা টুইটত যুৱসমাজলৈ আহ্বান DGPৰ
আলফাত যোগদানৰ প্ৰলোভন নেওচা দিয়াৰ আহ্বান

শিবিৰত থকাসকলকো স্বগৃহলৈ ওভতাৰ আহ্বান
নিৰাপদ নহয় ম্যানমাৰত থকা সন্ত্ৰাসবাদীৰ শিবিৰসমূহ
আলফা(স্বাঃ)ৰ শিবিৰ সন্মুখীন হৈছে আক্ৰমণৰ
স্থানীয় সেনা, নাগৰিক সুৰক্ষা বাহিনীৰ আক্ৰমণ

উল্লেখনীয় যে দিনদিয়েক পূৰ্বে আলফা(স্বাঃ)ৰ শিবিৰত ড্ৰোণেৰে আক্ৰমণ চলা বুলি বিবৃতি দিছিল সংগঠনটোৱে। এই বিবৃতিত ড্ৰোণৰ ধ্বংসাৱশেষৰ ফটো জাৰি কৰিছিল আলফা(স্বাঃ)নে। উক্ত ঘটনাৰ প্ৰসংগতে টুইট কৰে DGP জি পি সিঙে।
 

Category
Profile picture for user UB Photos