নিশা মালিগাঁৱৰ বৰিপাৰাত শোকাৱহ পথ দুৰ্ঘটনা।
নম্বৰ প্লেটবিহীন দুচকীয়া বাহনৰ খুন্দা পথচাৰীক।
মালিগাঁও-আদাবাৰী দিশত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।

গ্ৰেপ্তাৰ জ্যেষ্ঠ অধ্যাপক অজিত দত্ত। ছাত্ৰীক শ্লীলতা হানিৰ অভিযোগত বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জ্যেষ্ঠ অধ্যাপক অজিত দত্তক।