Assam Cattle Preservation Bill

গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ সকলো সাপ্তাহিক গৰুবজাৰ কমেও দুসপ্তাহৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে।

সোমবাৰে জাৰি কৰা এক নিৰ্দেশত জিলা প্ৰশাসনে কয় যে জিলাখনৰ কোভিড১৯ প্ৰাদুৰ্ভাৱৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গৰুৰ বজাৰ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।