Modi meet elon musk

তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰীক সাক্ষাৎ এলন মাস্কৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা এলন মাস্কৰ। ভাৰতৰ ভৱিষ্যতক লৈ উৎসাহী ইলন মাস্ক। ভাৰতৰ সৌৰশক্তি বিনিয়োগক প্ৰশংসা মাস্কৰ। অহা বছৰত মাস্কৰ ভাৰতৰ ভ্ৰমণৰ সম্ভাৱনা।