BollywoodNews

সতীশ কৌশিকৰ মৃত্যুক লৈ বিস্ফোৰক অভিযোগ আনিছে এগৰাকী মহিলাই। ব্যৱসায়ী তথা কুবেৰ গ্ৰুপৰ ডাইৰেক্টৰ বিকাশ মালুৰ দ্বিতীয় পত্নী ছানভী মালুৱে দাবি কৰা অনুযায়ী তেওঁৰ স্বামীয়েই সতীশ কৌশিকক হত্যা কৰিছে।

৯ মাৰ্চতেই মৃত্যু হৈছে বলীউড অভিনেতা সতীশ কৌশিকৰ। হোলীৰ পিছদিনাই মাজনিশা শৰীৰত অস্বস্তিবোধ কৰাত তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও বাটতেই মৃত্যুক সাবটে অভিনেতাজনে।