Mrs World

ভাৰতৰ সৰগম কৌশলে আজুৰিলে মিছেছ‌ ৱৰ্ল্ড ২০২২ৰ খিতাপ। সুদীৰ্ঘ ২১ বছৰৰ পাছত ভাৰতে লাভ কৰিলে এই সন্মান। মিছেছ পলিনেছিয়াক পৰাস্ত কৰি খিতাপ দখল কৰিলে সৰগমে।