সুখবৰ! ভাৰতীয় কন্যা সৰগম কৌশলৰ শিৰত জিলিকিল মিছেছ ৱৰ্ল্ড ২০২২ৰ মুকুট

Mrs World

ভাৰতৰ সৰগম কৌশলে আজুৰিলে মিছেছ‌ ৱৰ্ল্ড ২০২২ৰ খিতাপ। সুদীৰ্ঘ ২১ বছৰৰ পাছত ভাৰতে লাভ কৰিলে এই সন্মান। মিছেছ পলিনেছিয়াক পৰাস্ত কৰি খিতাপ দখল কৰিলে সৰগমে।

Category
Profile picture for user UB Photos