Aroplane Crash

শুকুৰবাৰে পেৰুত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। ৰাজধানী লিমাৰ জৰ্জ চাভেজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উৰা মাৰিবলৈ গৈ ৰাণৱেত অগ্নিনিৰ্বাপক বাহিনীৰ টেংকাৰৰ সৈতে সংঘৰ্ষ হয় লাটাম এয়াৰলাইন্সৰ এখন বিমান। সংঘৰ্ষৰ ফলত বিমানখনত লগে লগে অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰামতে বিমান সকলো যাত্ৰী নিৰাপদে আছে। কিন্তু এই দুৰ্ঘটনাত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীখনত থকা দুজন অগ্নিনিৰ্বাপক বাহিনীৰ লোক নিহত হয়। এই ঘটনাৰ ভিডিঅ’ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ঘটনাৰ সৈতে জড়িত ভিডিঅ’টোত দেখা গৈছে যে বিপৰীত দিশৰ পৰা অহা যাত্ৰীবাহী বিমানখনে অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিনৰ সৈতে খুন্দা মাৰে। সংঘৰ্ষৰ লগে লগে বিমানখনৰ