Batadrava Teacher

ASSAM BOOK OF RECORDত নাম সন্নিৱিষ্ট হ’ল বটদ্ৰৱা শিক্ষা খণ্ডৰ অধীনৰ হাজী আজমত আলী বাটমাৰী হাইডুবি এম ই স্কুলৰ সহকাৰী শিক্ষয়িত্রী জলি ডেকাৰজাৰ । ২৩ ঘন্টাৰ ভিতৰত সূতাৰে গামোচাত অসমৰ জাতীয় সংগীত লিখি উলিয়াই ASSAM BOOK OF RECORDলৈ পঠিয়াই জিলিকিল জলি ডেকাৰজা ।

সূতাৰে গামোচাত কোনো ফ্ৰেম নোহোৱাকৈ অসম জাতীয় সংগীত লিখি ASSAM BOOK OF RECORDত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল বটদ্ৰৱা শিক্ষা খণ্ডৰ এগৰাকী শিক্ষয়ত্রী। কামপুৰৰ নিবাসী এই শিক্ষয়ত্রী গৰাকীৰ নাম হ’ল জলী ডেকাৰজা।