puja

ভগৱান শিৱৰ মাহ মানেই শাওণৰ মাহ। এই শাওণৰ মাহত প্ৰায় অধিকাংশলোকেই শিৱ ব্ৰত ৰাখে লগতে সম্পূৰ্ণ বিধি-বিধানেৰে শিৱক পূজা কৰে। সম্পূৰ্ণ বিধি-বিধানেৰে শিৱক পূজা কৰাৰ সময়ত যদি এই মন্ত্ৰবিধ আপুনি জপ কৰে, তেনেহ'লে আপোনাৰ জীৱনতো ধন প্ৰাপ্তিৰ লগতে সুখ-সমৃদ্ধি বৃদ্ধি পাব।

তেনেহ'লে জানো আহক এই মন্ত্ৰবিধনো কি হয়-

shiv