tree man

মহানগীৰৰ ৰাজপথত এইবাৰ গছ মানৱ অৰ্থাৎ ট্ৰি মেন উলাইছে। পূজাৰ বতৰত ৰাজপথত কি কৰিছে তেখেতে। ট্ৰি মেনৰ বিষয়ে জানিবলৈ এতিয়া উচ্ছুক সকলো। দৰাচলতে ট্ৰি মেন আপোনাৰ মোৰ দৰেই এজন সুস্থলোক।