food poisoning

যিকোনো সময়ত যিকোনো খাদ্যই আপোনাৰ বাবে হ'ব পাৰে বৰবিহ। কামৰূপৰ নগৰবেৰাৰ পিজুপাৰা পলাশৰটাৰীত সংঘটিত হৈছে এক দুৰ্ঘটনা। এই পূজাৰ বতৰতে প্রসাদৰ সলনি অমৃত সদৃশ দৈ খাই এটা পৰিয়ালৰ ৩ জনকৈ লোক অসুস্থ হৈ পৰাৰ খৱৰে এতিয়া সকলোকে স্তম্ভিত কৰিছে।