Renowned Artist Neel Pawan Baruah

বিশিষ্ট চিত্ৰ শিল্পী নীলপৱন বৰুৱা অসুস্থ। GMCHৰ ICUত চিকিৎসাধীন শিল্পীগৰাকী।

বিশেষজ্ঞ চিকিৎসকৰ দলে চলাই আছে চিকিৎসা। বিগত কেইবাদিন ধৰি নীলপৱন বৰুৱাই ভুগি আছে জ্বৰত। বুধবাৰে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত GMCHত ভৰ্তি কৰোৱা হৈছে।

বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে শিল্পীগৰাকী।