Eating Bread

যদি আপুনি স্বাস্থ্যৱান হৈ থাকিব বিচাৰে, তেন্তে ৰাতিপুৱা চাহৰ সৈতে ব্ৰেড খোৱা বন্ধ কৰক। কিয়নো ব্ৰেডে স্বাস্থ্যৰ বহুতো ক্ষতি কৰে।

বেছিভাগ মানুহেই ৰাতিপুৱা চাহৰ সৈতে আৰম্ভ কৰে দিনটো। কিছুমানে ৰঙা চাহ খায়, কিছুমানে গাখীৰ চাহ খায়। ইয়াৰ লগতে, বহুলোকে চাহকাপৰ লগত বিস্কুট, পিঠা খাবলৈ ভাল পায়। প্ৰায় সকলো লোকেই ৰাতিপুৱাৰ চাহকাপৰ সৈতে ব্ৰেড খায় ভাল পায়। ব্ৰেড এনে এবিধ সামগ্ৰী যি ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ লগতে ল’ৰা-ছোৱালীৰ টিফিনৰ বাবেও অতি কম সময়ত আৰু সহজতে প্ৰস্তুত কৰিব পৰা সামগ্ৰী।