mahalakshmi

দ্বিতীয়বাৰৰ বাবে বিয়াত বহিল দাক্ষিণাত্যৰ অভিনেত্ৰী মহালক্ষ্মী
তামিল প্ৰযোজক ৰবিন্দৰ চন্দ্ৰশেখৰণৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী মহালক্ষ্মী


জনপ্ৰিয় তামিল প্ৰযোজক ৰবিন্দৰ চন্দ্ৰশেখৰণৰ সৈতে বৈবাহিক জীৱনৰ পাতনি মেলিলে দক্ষিণৰ অভিনেত্ৰী মহালক্ষ্মীয়ে। প্ৰযোজক ৰবিন্দৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে বিয়াৰ ফটো। বিয়াৰ ফটোত দুয়োকে দেখা গ’ল পৰম্পৰাগত সাজ-পোছাকত৷