Jio Air Fibre

ভালখবৰ! এতিয়া আৰু Network Speed নকমে আপোনাৰ। কিয়নো উপলব্ধ হ’ল জিঅ’ৰ 5g Network…

বিভিন্ন সময়ত সকলো লোকেই নেটৱৰ্ক সম্বন্ধীয় সমস্যাৰ সন্মুখীন হয়। সেই সমস্যা বৰ্তমান সমাধানৰ দিশে।

মুকেশ আম্বানীৰ বিশেষ ঘোষণা- চলিত বৰ্ষৰ দীপাৱলীৰ পৰা দেশত উপলব্ধ হ’ব জিঅ’ৰ 5g Network। ডিচেম্বৰৰ পৰাহে জিঅ’ গ্ৰাহক সকলে লাভ কৰিব জিঅ’ৰ 5g Network। মুকেশ আম্বানীয়ে উল্লেখ কৰিছে যে 5g সেৱা আৰম্ভ কৰাৰ বাবে ৰিলায়েন্সে দুই লাখ কোটি টকা বিনিয়োগ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।