Devotees

বিতৰ্কত এতিয়াও নাজিৰাৰ অগ্নিনাভ মন্দিৰ। কোনোয়ে যদি বিশ্বাস কৰে আন কোনোয়ে আকৌ মিছা প্ৰতিপন্ন কৰিব বিছাৰে। বহু চৰ্চিত শিৱসাগৰ নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ। এফালে যদি বিতৰ্ক আনফালে ভক্তৰ আস্থা আৰু বিশ্বাস। প্ৰতিদিনে পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ লানি নিছিগা সোঁত।