Janmashtami 2022

দেশজুৰি পূৰ্ণগতিত আৰম্ভ হৈছে জন্মাষ্টমীৰ আয়োজন ৷ বিশ্বাস অনুসৰি ভাদ মাহৰ কৃষ্ণ পক্ষ অষ্টমীৰ দিনা ৰোহিনী নক্ষত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। সেয়েহে এই দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ শিশুৰূপক পূজা কৰা হয়।

উল্লখ্য যে জ্যোতিষত ১২টা ৰাশি আছে, এই ১২টা ৰাশিৰ ভিতৰত ৪ টা ৰাশিত আছে ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কৃপা৷ সেইকেইটা ৰাশিৰ লোকৰ লগত ভগৱান শ্ৰীকৃষ্ণ সদায় থাকে৷ আহক চোন জানো সেইকেইটা ভাগ্যৱান ৰাশি কি কি?

-বৃষ ৰাশি