ছিংগাপুৰৰ জেষ্ঠ মন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে বস্ত্ৰ নগৰী শুৱালকুছিৰ তাঁতশাল ফেক্টৰী UB Photos July 05 / 2022 দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ছিংগাপুৰৰ জেষ্ঠ মন্ত্ৰী থাৰমান শনমুগাৰত্নমে আজি ছিংগাপুৰ উচ্চায়ুক্তৰ প্ৰতিনিধি বৰ্গৰ সৈতে বস্ত্ৰ নগৰী শুৱালকুছিত উপস্থিত হৈ মুগা-পাট বস্ত্ৰশিল্পৰ প্ৰস্তত প্ৰণালীৰ সৈতে জড়িত শিল্পকলাৰ বুজ লয়। Tags UB Photos Singapore Singapore Minister Assam Taatsal Assam Silk Read more about ছিংগাপুৰৰ জেষ্ঠ মন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে বস্ত্ৰ নগৰী শুৱালকুছিৰ তাঁতশাল ফেক্টৰীLog in to post comments