Vegetables

বিলাসী হৈছে শাক-পাচলি। হোৰাহোৰে বাঢ়িছে পাচলিৰ মূল্য। বানৰ পাছত পাচলি বজাৰত জুই। মহানগৰীৰ পাচলিৰ বজাৰত আকাশলংঘী দাম। বানপানীৰ অচিলা লৈ একাংশই লৈছে সুযোগ। অসাধু ব্যৱসায়ীক নাকী লগাব পৰা নাই প্ৰশাসনে। যোগান বিভাগৰ ভূমিকাক লৈ সৰ্বসাধাৰণৰ প্ৰতিক্ৰিয়া। পাচলি কিনিবলৈ গৈ চিন্তাত পৰিছে সাধাৰণ গ্ৰাহক। এতিয়া উপায়হীন হৈ খালী মোনাৰেই উভতিছে বহুজন।