নদী বান্ধৰ বিৰোধী শ্লোগান লিখি গ্ৰেপ্তাৰ হ’ল চিত্ৰশিল্পী নীলিম মহন্ত।
নদী বান্ধৰ সমৰ্থনত অংকন কৰা ছবিখনৰ তলত নদী বান্ধ বিৰোধী শ্লোগান লিখিছিল নীলিম মহন্তই। সেই অপৰাধতে গ্ৰেপ্তাৰ হয় শিল্পীজন।

অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত NO MORE DAMs লিখাৰ অভিযোগ উত্থাপন হৈছে নীলিম মহন্তৰ বিৰুদ্ধে।