ৰৌতাত ৪৬ বছৰীয়া লম্পটৰ কামনাৰ বলি ১১ বছৰীয়া কিশোৰী ।লালপুল আৰক্ষী চকীত এজাহাৰ দাখিল ভোক্তভোগী পৰিয়ালৰ ।
ধৰ্ষণ,অপৰাধ জনিত ঘটনাৰ বিৰুদ্ধে আৰক্ষী যিমানেই কঠোৰ হৈছে সিমানেই ৰাজ্যত দিনক দিনে বৃদ্ধি পাৱলৈ ধৰিছে নাৰীৰ ওপৰত নিৰ্জাতন ,ধৰ্ষনৰ দৰে জঘন্য ঘটনা ।
কোনো দিশেই যেন সুৰক্ষিত নহয় নাৰী সমাজ, সেইয়া লাগিলে যুৱতীয়ে হওক ,বোৱাৰিয়ে হওক নাইবা কিশোৰীয়েই হওক।