IIT Entrance Exam

IITৰ প্ৰৱেশিকা(JAM) পৰীক্ষাত ৯৬তম স্থান দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তিনিচুকীয়াৰ এজন যুৱকে। IITত বিজ্ঞান শাখাত পঢ়াৰ সুবিধা লাভ কৰা যুৱকজন হৈছে ডিব্ৰুগড় জিলাৰ ফিল’বাৰীৰ স্বপন লিম্বু।

iit entrance exam