Manipur Assembly Election

ঘোষণা হ’ল মণিপুৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। বহু উৎকণ্ঠাৰ অন্ত পেলাই জয়ী হ’ল মণিপুৰৰ এন বীৰেণ সিঙ।
আজি পুৱা ৮ বজাৰ পৰাই আৰম্ভ হৈছে মণিপুৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা।

২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত অনুষ্ঠিত হৈছিল মণিপুৰ বিধানসভা নিৰ্বাচন। মণিপুৰত ৬০টা বিধানসভা সমষ্টিত বিজেপিয়ে অকলে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সমান্তৰালভাৱে কংগ্ৰেছে ৬টা ৰাজনৈতিক দলৰ লগ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।
মণিপুৰত বিজেপিয়ে এতিয়ালৈকে ৫খন আসন সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে।