Bye Election

◼AJPয়ে ঘোষণা কৰিলে মাজুলী বিধানসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী 

◼মাজুলী উপ-নিৰ্বাচনৰ AJPৰ প্ৰাৰ্থী হ'ব চিত্তৰঞ্জন বসুমতাৰী

◼মুঠ ৫ গৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে প্ৰাৰ্থীত্ব বিচাৰিছিল AJPৰ পৰা

◼AJPৰ প্ৰাৰ্থীগৰাকী আন আন বিৰোধী ৰাজনৈতিক দলৰ উমৈহতীয়া প্ৰাৰ্থী হ'ব

◼কংগ্ৰেছ-ৰাইজৰ দল আদিক ধন্যবাদ AJP নেতৃত্বৰ